List of Chief Ministers of Assam 2021 – অসমৰ মুখ্যমন্ত্ৰী সকলৰ তালিকা ২০২১

অসমৰ মুখ্যমন্ত্ৰী সকলৰ তালিকা 2021

নংমুখ্যমন্ত্ৰীসকল নামকাৰ্যকাল
ছৈয়দ ছাৰ মহম্মদ ছাদুল্লা১ এপ্রিল, ১৯৩৭ পৰা ১৯ ছেপ্টেম্বৰ, ১৯৩৮ চনলৈ; ১৭ নৱেম্বৰ, ১৯৩৮ পৰা ২৪ ডিচেম্বৰ, ১৯৪১ চনলৈ; ২৫ আগষ্ট, ১৯৪২ পৰা ১১ ফেব্রুৱাৰী, ১৯৪৬ চনলৈ
গোপীনাথ বৰদলৈ১৯ ছেপ্টেম্বৰ, ১৯৩৮ পৰা ১৭ নৱেম্বৰ, ১৯৩৯ চনলৈ ; ১১ ফেব্রুৱাৰী, ১৯৪৬ পৰা ৬ আগষ্ট, ১৯৫০ চনলৈ
বিষ্ণুৰাম মেধি৮ আগষ্ট, ১৯৫০ পৰা ২৭ ডিচেম্বৰ, ১৯৫৭ চনলৈ
বিমলা প্রসাদ চলিহা২৮ ডিচেম্বৰ, ১৯৫৭ পৰা ৬নৱেম্বৰ, ১৯৭০ চনলৈ
মহেন্দ্র মােহন চৌধুৰী১১ নৱেম্বৰ, ১৯৭০ পৰা ৩০ জানুৱাৰী, ১৯৭২চনলৈ
শৰৎ চন্দ্র সিংহ৩১ জানুৱাৰী, ১৯৭২ পৰা ১২ মার্চ, ১৯৭৮ চনলৈ
গোলাপ বৰবৰা১১ মার্চ, ১৯৭৮ পৰা ৯ ছেপ্টেম্বৰ, ১৯৭৯ চনলৈ
যোগেন্দ্রনাথ হাজৰিকা৯ ছেপ্টেম্বৰ, ১৯৭৯ পৰা ১১ ডিচেম্বৰ, ১৯৭৯ চনলৈ
ছৈয়দা আনােৱাৰা টাইমুৰ১১ ডিচেম্বৰ, ১৯৮০ পৰা ৩০ জুন, ১৯৮১চনলৈ
১০কেশৱ চন্দ্র গগৈ১৩ জানুৱাৰী, ১৯৮২ পৰা ১৯ মার্চ, ১৯৮২ চনলৈ
১১হিতেশ্বৰ শইকীয়া২৭ ফেব্রুবাৰী, ১৯৮৩ পৰা ২৩ ডিচেম্বৰ, ১৯৮৫ চনলৈ
১২প্ৰফুল্ল কুমাৰ মহন্ত২৪ ডিচেম্বৰ, ১৯৮৫ পৰা ২৭ নৱেম্বৰ, ১৯৯০ চনলৈ
১৩হিতেশ্বৰ শইকীয়া৩০ জুন, ১৯৯১ পৰা ২২ এপ্রিল, ১৯৯৫ চনলৈ
১৪ডাঃ ভূমিধৰ বর্মন (ভাৰপ্রাপ্ত)২২ এপ্রিল, ১৯৯৬ পৰা ২৪ মে’, ১৯৯৬ চনলৈ
১৫প্রফুল্ল কুমাৰ মহন্ত১৫ মে’, ১৯৯৬ পৰা ১৭ মে’, ২০০১ চনলৈ
১৬তৰুণ গগৈ১৮ মে’, ২০০১পৰা ২৪ মে, ২০১৬ চনলৈ
১৭সর্বানন্দ সােণােৱাল‍‌২৪ মে’, ২০১৬ পৰা ৩০ এপ্রিল, ২০২১ চনলৈ
১৮ড° হিমন্ত বিশ্ব শর্মা১৩ মে’, ২০২১ পৰা বর্তমানলৈকে

Leave a Comment