Indian Polity in Assamese – MCQ Mock Test

Indian Polity Quiz in Assamese

১। ভাৰতবৰ্ষক কিয় গণতান্ত্রিক ৰাষ্ট্ৰ বুলি কোৱা হয়? 

(ক) ৰাজ্যৰ মূৰব্বী জনসাধাৰণৰ দ্বাৰা নির্বাচিত হয় 

(খ) ইয়াৰ এখন সর্বোচ্চ কর্তৃত্বৰ সদন আছে 

(গ) ইয়াত ন্যায়পালিকাৰ স্বাধীনতা আছে 

(ঘ) এটাও নহয়

উত্তৰঃ (ক) ৰাজ্যৰ মূৰব্বী জনসাধাৰণৰ দ্বাৰা নির্বাচিত হয়

২।ভাৰতৰ উচ্চতম ন্যায়ালয় ক’ত অৱস্থিত ?

(ক) মুম্বাই 

(খ) হায়দৰাবাদ 

(গ) নতুন দিল্লী 

(ঘ) কলকাতা 

উত্তৰঃ (গ) নতুন দিল্লী 

৩। ভাৰতৰ সংবিধানখন কেতিয়াৰপৰা বলৱৎ কৰা হয় ? 

(ক) ২৬ জানুৱাৰী, ১৯৫০ 

(খ) ১৫ আগষ্ট, ১৯৪৭ 

(গ) ২০ জানুৱাৰী, ১৯৫০ 

(ঘ) ২৬ জানুৱাৰী, ১৯৪৭ 

উত্তৰঃ (ক) ২৬ জানুৱাৰী, ১৯৫০

৪। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান ? 

(ক) ৪ বছৰ 

(খ) ৫ বছৰ

(গ) ৬ বছৰ 

(ঘ) ৭ বছৰ 

উত্তৰঃ(ক) ৪ বছৰ

৫। ভাৰতৰ ৰাষ্ট্রপতি হােৱাৰ বাবে তলৰ কোনটো অৰ্হতা জৰুৰী নহয়? 

(ক) ভাৰতৰ নাগৰিক হােৱা 

(খ) ৩৫ বছৰতকৈ কম বয়সৰ হ’ব নালাগিব 

(গ) লােকসভাৰ সদস্য 

(ঘ) মুনাফালব্ধ কাৰ্যালয়ৰ বিষয়া হ’ব নােৱাৰিব

উত্তৰঃ (গ) লােকসভাৰ সদস্য

৬। ৰাষ্ট্রপতিয়ে ৰাজ্যসভালৈ কিমানজন সদস্য মনােনীত কৰিব পাৰে? 

(ক) ১৮ জন 

(খ) ১০ জন

(গ) ১২ জন 

(ঘ) ১৪ জন

উত্তৰঃ (গ) ১২ জন 

৭। ভাৰতৰ জাতীয় পতাকাত থকা অশােক চক্ৰত কিমানডাল দণ্ড আছে ? 

(ক) ২৪ ডাল 

(খ) ২৩ ডাল

(গ) ২২ ডাল 

(ঘ) ২৫ ডাল

উত্তৰঃ (ক) ২৪ ডাল

৮। স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল ? 

(ক) চি. ৰাজাগােপালাচাৰী 

(খ) লর্ড মাউন্টবেটেন 

(গ) ড° ৰাজেন্দ্র প্রসাদ 

(ঘ) দাদাভাই নৌৰাজী 

উত্তৰঃ (ক) চি. ৰাজাগােপালাচাৰী

৯। ভাৰতৰ ৰাষ্ট্ৰীয় সঙ্গীত কি? 

(ক) জনগণমন 

(খ) বন্দে মাতৰম 

(গ) ঝাণ্ডা উচা ৰহে হামাৰা 

(ঘ) ছাৰে যাহাচে আচ্চা হিন্দুস্তান হামাৰা

উত্তৰঃ (ক) জনগণমন

১০। ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই কি ? 

(ক) নাইটিংগেল

(খ) কুলি 

(গ) ময়ুৰ 

(ঘ) পাৰ

উত্তৰঃ (গ) ময়ুৰ 

১১। ভাৰতৰ উপৰাষ্ট্রপতিক কোনে নির্বাচিত কৰে?

(ক) ৰাজ্যসভা 

(খ) সংসদৰ দুয়ােখন সদনে 

(গ) লােকসভা

(ঘ) জনসাধাৰণে 

উত্তৰঃ (খ) সংসদৰ দুয়ােখন সদনে 

১২। এজন ব্যক্তি কিমানবাৰ ৰাষ্ট্রপতি হিচাপে নির্বাচিত হ’ব পাৰে?

(ক) ২ বাৰ 

(খ) কোনাে সীমা নাই 

(গ) ৩ বাৰ

(ঘ) ৪ বাৰ 

উত্তৰঃ (খ) কোনাে সীমা নাই

১৩। ভাৰতত ভােটদানৰ নিম্নতম বয়স কিমান ?

(ক) ১৮ বছৰ 

(খ) ২০ বছৰ 

(গ) ২১ বছৰ 

(ঘ) ১৯ বছৰ

উত্তৰঃ (ক) ১৮ বছৰ

১৪। এজন লােকে কিমান বছৰ বয়সত লােকসভাৰ সদস্য হ’ব পাৰে? 

(ক) ২৫ বছৰ 

(খ) ৩০ বছৰ

(গ) ৩৫ বছৰ 

(ঘ) ২১ বছৰ

উত্তৰঃ (ক) ২৫ বছৰ

১৫৷ তলৰ কোনটো মৌলিক অধিকাৰ নহয় ?

(ক) বাক স্বাধীনতা 

(খ) কাম কৰা, শিক্ষা গ্রহণ আৰু চৰকাৰী সাহায্য 

(গ) ধৰ্মৰ অধিকাৰ 

(ঘ) সংস্থা গঠনৰ অধিকাৰ

উত্তৰঃ (খ) কাম কৰা, শিক্ষা গ্রহণ আৰু চৰকাৰী সাহায্য

১৬। কাৰ বাবে সার্বভৌমত্ব এটা দৰকাৰী উপাদান? 

(ক) চৰকাৰৰ 

(খ) সংস্থাৰ

(গ) ৰাজ্যৰ 

(ঘ) সমাজৰ

উত্তৰঃ (গ) ৰাজ্যৰ

১৭। এজন ব্যক্তি বিদেশত জন্ম পােৱা স্বত্বেও ভাৰতীয় নাগৰিক হ’ব পাৰে, যদিহে তেওঁৰ _____। 

(ক) মাক ভাৰতীয় নাগৰিক হয় 

(খ) দেউতাক ভাৰতীয় নাগৰিক হয় 

(গ) ব্যক্তিগৰাকীৰ জন্মৰ সময়ত মাক-দেউতাক ভাৰতীয় নাগৰিক আছিল

(ঘ) ব্যক্তিগৰাকীৰ জন্মৰ সময়ত তেওঁৰ পিতৃ ভাৰতীয় নাগৰিক আছিল

উত্তৰঃ ব্যক্তিগৰাকীৰ জন্মৰ সময়ত তেওঁৰ পিতৃ ভাৰতীয় নাগৰিক আছিল

১৮। দুবাৰকৈ ভাৰতৰ ৰাষ্ট্রপতি পদৰ বারে নির্বাচিত ব্যক্তিগৰাকী কোন?

(ক) ড° জাকিৰ হুছেইন 

(খ) ড° ৰাজেন্দ্র প্রসাদ 

(গ) এন. সঞ্জীৱা ৰেড্ডী

(ঘ) ড° এছ. ৰাধাকৃষ্ণণ 

উত্তৰঃ (খ) ড° ৰাজেন্দ্র প্রসাদ

১৯। তলত দিয়া সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে কোনাে এখন ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন প্রৱৰ্তন কৰিব পাৰে ? 

(ক) ৩৫০ 

(খ) ৩৫১

(গ) ৩৫৬ 

(ঘ) ৩৬১

উত্তৰঃ (গ) ৩৫৬ 

২০। ভাৰতত থলুৱাভাৱে নির্মিত প্রথমখন প্রাণৱন্ত চলচ্চিত্র (Animated film) ৰ নাম কি ? 

(ক) শক্তিমান 

(খ) হনুমান 

(গ) গণেশ 

(ঘ) ৰামায়ণ

উত্তৰঃ (খ) হনুমান 

২১। তলত দিয়াবােৰৰ ভিতৰত কোনটো, শিক্ষা ক্ষেত্ৰৰ লগত জড়িত একমাত্র উপগ্রহ?

(ক) কার্টচেট-১ 

(খ) মেচেঞ্জাৰ 

(গ) এডুচেট 

(ঘ) অপ’ৰচুনিটি 

উত্তৰঃ (গ) এডুচেট 

২২। সংবিধানৰ কোনটো অনুচ্ছেদত সমতাৰ অধিকাৰ অন্তর্ভুক্ত কৰা হৈছে?

(ক) ১২ নং অনুচ্ছেদ 

(খ) ১৪ নং অনুচ্ছেদ

(গ) ১৬ নং অনুচ্ছেদ 

(ঘ) ১৮ নং অনুচ্ছেদ 

উত্তৰঃ (খ) ১৪ নং অনুচ্ছেদ

২৩। বিধানমণ্ডলৰ মুখ্য কাম কি?

(ক) আইন প্রণয়ন কৰা 

(খ) আইনৰ ব্যাখা আগবঢ়োৱা 

(গ) আইন আৰু পৰিস্থিতি নিয়ন্ত্রণ কৰা

(ঘ) বৈদেশিক সম্পর্ক পৰিচালনা কৰা 

উত্তৰঃ (ক) আইন প্রণয়ন কৰা

২৪। বাজেট’ (Budget) কি?

(ক) কৰৰ প্ৰস্তাৱ 

(খ) বার্ষিক বিত্তীয় ইস্তাহাৰ 

(গ) বিনিয়ােজন বিধেয়ক

(ঘ) বার্ষিক আয় ইস্তাহাৰ 

উত্তৰঃ (খ) বার্ষিক বিত্তীয় ইস্তাহাৰ

২৫। এখন ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন প্রথমাৱস্থাত কিমান দিনলৈ বলবৎ কৰিব পাৰে?

(ক) ১ বছৰ 

(খ) ২ বছৰ 

(গ) ৬ মাহ 

(ঘ) ৩ বছৰ 

উত্তৰঃ (গ) ৬ মাহ

২৬। ভাৰতৰ সংবিধানত বর্তমান কিমানটা অনুসূচী আছে? 

(ক) ৮ টা 

(খ) ৯ টা 

(গ) ১০ টা 

(ঘ) ১২ টা

উত্তৰঃ (গ) ১০ টা

২৭। ৰাজ্যসভাৰ প্রথম অধ্যক্ষ কোন আছিল ? 

(ক) ড° এছ. ৰাধাকৃষ্ণণ 

(খ) জি.বি.পান্ট 

(গ) জি. এল. নন্দ 

(ঘ) হুকুম সিং 

উত্তৰঃ (ক) ড° এছ. ৰাধাকৃষ্ণণ

২৮। প্রতিক্ষা বিভাগৰ তিনিওটা শাখাৰে মূৰী বিষয়াসকলক কোনে নিযুক্তি দিয়ে? 

(ক) মুখ্য-ন্যায়াধীশ

(খ) উপ-ৰাষ্ট্রপতি 

(গ) প্রধানমন্ত্রী 

(ঘ) ৰাষ্ট্রপতি

উত্তৰঃ (ঘ) ৰাষ্ট্রপতি

২৯। আমাৰ ৰাষ্ট্ৰীয় প্রতীকটোত কেইটা জন্তু খােদিত কৰা আছে? 

(ক) ৬ টা 

(খ) ৮ টা

(গ) ৭ টা 

(ঘ) ৪ টা

উত্তৰঃ (ক) ৬ টা

৩০। ভাৰতৰ সর্বোচ্চ অসামৰিক বঁটাটো কি ?

(ক) পদ্ম বিভূষণ 

(খ) পৰ্মবীৰ চক্র

(গ) মেগাছেছে বঁটা 

(ঘ) ভাৰতৰত্ন 

উত্তৰঃ (ঘ) ভাৰতৰত্ন

৩১। বিত্ত আয়ােগৰ অধ্যক্ষক কোনে নিযুক্তি দিয়ে ? 

(ক) ৰাষ্ট্রপতিয়ে 

(খ) সংসদে

(গ) প্রধানমন্ত্রীয়ে 

(ঘ) কেবিনেট মন্ত্রীয়ে 

উত্তৰঃ (ক) ৰাষ্ট্রপতিয়ে

৩২। মাহৰ শেষৰ সপ্তাহত সাধাৰণতে ভাৰত চৰকাৰৰ কেন্দ্রীয় ৰেল বাজেট সংসদত উত্থাপন কৰা হয়। 

(ক) মার্চ 

(খ)ফেব্ৰুৱাৰী 

(গ) এপ্রিল 

(ঘ) মে’

উত্তৰঃ (খ)ফেব্ৰুৱাৰী

৩৩। ১৯৬৮ চনত কংগ্ৰেছ দলৰ দ্বিতীয়বাৰৰ বাবে বিভাজনৰ পাছত ইন্দিৰা গান্ধীয়ে গঠন কৰা দলটো কি? 

(ক) ৰাষ্ট্ৰীয় কংগ্ৰেছ 

(খ) জনতা দল 

(গ) কংগ্ৰেছ (আই) 

(ঘ) নেহৰু কংগ্রেছ

উত্তৰঃ (গ) কংগ্ৰেছ (আই) 

৩৪। ১৯৯৬ চনত ভাৰতে কোনটো চুক্তিত চহী কৰিবলৈ অসম্মত হৈছিল ?

(ক) CTBT

(খ) SALT-II 

(গ) FMCT 

(ঘ) NPT

উত্তৰঃ (ক) CTBT

৩৫। ১৯৯৬ চনৰ মাজভাগত ভাৰতে ‘পাৰমাণবিক শক্তিৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত দেশসমূহৰ ভিতৰত কিমানতম স্থান লাভ কৰিছিল ? 

(ক) ১৩ তম 

(খ) ৬ তম

(গ) ১০ ম 

(ঘ) ১১ তম

উত্তৰঃ (ঘ) ১১ তম

৩৬। কোনগৰাকী মহান ভাৰতীয় নেতাৰ আশ্ৰম সবৰমতীত আছে? 

(ক) ৰবীন্দ্রনাথ ঠাকুৰ 

(খ) মহাত্মা গান্ধী 

(গ) জৱাহৰলাল নেহৰু 

(ঘ) লাল বাহাদুৰ শাস্ত্রী 

উত্তৰঃ (খ) মহাত্মা গান্ধী 

৩৭। যদি কোনাে এজন ব্যক্তিক চলনফুৰণৰ স্বাধীনতাৰ পৰা বঞ্চিত কৰা হয় তেন্তে তলৰ কোনবিধ স্বাধীনতা খর্ব হয় ?

(ক) প্রাকৃতিক স্বাধীনতা 

(খ) অর্থনৈতিক স্বাধীনতা 

(গ) অসামৰিক স্বাধীনতা

(ঘ) ৰাজনৈতিক স্বাধীনতা 

উত্তৰঃ (ঘ) ৰাজনৈতিক স্বাধীনতা

৩৮। কোনখন হিমালয়ান ৰাষ্ট্রভাৰতৰ আশ্রিত ৰাষ্ট্ৰ হিচাপে জনা যায়? 

(ক) ছিকিম 

(খ) ভুটান

(গ) নেপাল 

(ঘ) মংগােলীয়া 

উত্তৰঃ (খ) ভুটান

৩৯। তলৰ কোনখন দেশে দ্বৈত নাগৰিকত্বৰ প্ৰৱৰ্তন কৰিছে? 

(ক) ফ্রান্স 

(খ) ভাৰত

(গ) আমেৰিকা 

(ঘ) ইংলেণ্ড

উত্তৰঃ (গ) আমেৰিকা

৪০। জৰুৰীকালীন অৱস্থাই________নিলম্বন কৰে। 

(ক) ১৯ নং অনুচ্ছেদৰ মৌলিক অধিকাৰ 

(খ) ৰাজ্যপালৰ ক্ষমতা 

(গ) ন্যায়ালয়ৰ ক্ষমতা

(ঘ) মুখ্যমন্ত্ৰীৰ ক্ষমতা

উত্তৰঃ (ক) ১৯ নং অনুচ্ছেদৰ মৌলিক অধিকাৰ 

৪১। ভাৰতত হিন্দীৰ পিছতে সৰ্বাধিক কথিত ভাষাটো কি? 

(ক) তেলেগু 

(খ) তামিল 

(গ) মাৰাঠা 

(ঘ) এটাও নহয়

উত্তৰঃ (ক) তেলেগু 

৪২। সংসদ সদস্য নােহােৱাকৈ কোনে সদনৰ কাম-কাজত অংশগ্রহণ কৰিব পাৰে?

(ক) উপৰাষ্ট্রপতি 

(খ) মহাধিবক্তা

(গ) মুখ্য ন্যায়াধীশ 

(ঘ) মহান্যায়বাদী

উত্তৰঃ (ঘ) মহান্যায়বাদী

৪৩। এখন বিধেয়ক অর্থ বিধেয়ক’ হয়নে নহয় তাক কোনে সিদ্ধান্ত লয়?

(ক) লােকসভাৰ অধ্যক্ষই 

(খ) ভাৰতৰ ৰাষ্ট্রপতিয়ে

(গ) প্রধানমন্ত্রীয়ে 

(ঘ) সংসদ নির্বাচিত সমিতিয়ে,

উত্তৰঃ (ক) লােকসভাৰ অধ্যক্ষই

৪৪। কেতিয়া ভাৰতৰ সংবিধানৰ মৌলিক অধিকাৰ নিলম্বন কৰা হয়? 

(ক) সাধাৰণ নিৰ্বাচনৰ সময়ত 

(খ) বিত্তীয় জৰুৰীকালীন অৱস্থাত 

(গ) ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাত 

(ঘ) ৰাজ্যৰ জৰুৰীকালীন অৱস্থাত 

উত্তৰঃ (গ) ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাত

৪৫। কল্যাণকামী ৰাজ্য এখনৰ ধাৰণা ভাৰতীয় সংবিধানত পােৱা যায়

(ক) প্ৰস্তাৱনাত 

(খ) ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিত 

(গ) মৌলিক কর্তব্যত 

(ঘ) মৌলিক অধিকাৰত

উত্তৰঃ (খ) ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিত 

Leave a Comment