Hs 2nd year swadesh adhyayan question answer | Class 12 swadesh adhyayan 1st Chapter

প্ৰথম অধ্যায়ঃClick hereদ্বিতীয় অধ্যায়ঃClick hereতৃতীয় অধ্যায়ঃClick hereচতুৰ্থ অধ্যায়ঃClick hereপঞ্চম অধ্যায়ঃClick hereষষ্ঠ অধ্যায়ঃClick hereঅষ্টম অধ্যায়ঃClick hereনৱম অধ্যায়ঃClick here

উত্তৰ পূব ভাৰতত অসমঃ পৰিৱেশ ,ভূপ্ৰকৃতি , ব্ৰক্ষ্মপুত্ৰ নদ , জলবায়ু, মাটি আৰু পৰস্পৰৰ সম্পৰ্ক

       প্ৰয়োজনীয় তথ্য

• উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰদেশসমূহ – অৰুণাচল, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিম।• উত্তৰ-পূৰ্বাঞ্চলৰ চৌপাশৰ বিদেশী ৰাষ্ট্ৰ – নেপাল, ভুটান, চীন, ম্যানমাৰ আৰু বাংলাদেশ।•অসমৰ অৱস্থিতি – ২৪ ০৭ উত্তৰ আৰু ২৮°০′ উত্তৰ অক্ষাংশ, আৰু ৮৯°৫/ পূব আৰু ৯৬°১
পূব দ্রাঘিমাংশ।•অসমৰ জলবায়ু – সেমেকা উপক্রান্তীয়। ২০১১ চনৰ পিয়ল অনুসৰি অসমৰ জনসংখ্যা – ৩১,২০৫,৫৭৬ জন।•ব্ৰহ্মপুত্ৰৰ বিশেষত্ব – পৃথিৱীৰ ষষ্ঠ বৃহৎ নদী।•পৃথিৱীৰ দ্বিতীয় বৃহৎ গেদ কঢ়িওৱা নদী (বছৰি ৪২০ নিযুত টন)।•দুর্লভ প্রজাতিৰ শিহু (Platanish Gangetica) ৰ আৱাস।•পৃথিৱীৰ মুখ্য পৰিভ্ৰমী চৰাইৰ পৰিভ্ৰমণৰ পথৰ ভিতৰত ব্ৰহ্মপুত্ৰ পথ অন্যতম।•পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী ব্ৰহ্মপুত্ৰৰ মাজতে। ১৯৮৮ চনৰ ১ ছেপ্টেম্বৰত শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰৰ ৮৯১ কিলোমিটাৰ দীঘল নদীপথ দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় নদীপথ হিচাপে ভাৰত চৰকাৰৰ দ্বাৰা ঘোষণা।


1.
ক. উত্তৰ-পূব পৰিষদ কোন চনত গঠন হয় ?
 উত্তৰ:-
 উত্তৰ-পূব পৰিষদ 1971 চনত গঠন হৈছিল ।


খ. উত্তৰ-পূবাঞ্চলত ছিকিম ৰাজ্যিক কেতিয়া অন্তৰ্ভুক্ত কৰা হয় ?
উত্তৰ:-
 উত্তৰ-পূবাঞ্চলত ছিকিম ৰাজ্যিক 2002 চনত অন্তৰ্ভুক্ত কৰা হয় ।


গ.অসম ৰাজ্য কোন জলবায়ু অঞ্চলৰ অন্তৰ্গত ?
উত্তৰ:-
 অসম ৰাজ্য সেমেকা জলবায়ু অঞ্চলৰ অন্তৰ্গত।Read also প্ৰথম প্ৰেম- এটি ৰোমান্টিক লাভ ষ্টৰি
ঘ.2011 চনৰ লোকপিয়ল অনুসৰি প্ৰতি বৰ্গ কিলোমিটাৰত অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান ?
উত্তৰ :- 
2011 চনৰ লোকপিয়ল অনুসৰি প্ৰতি বৰ্গ কিলোমিটাৰত অসমৰ জনসংখ্যাৰ ঘনত্ব 397 জন।


ঙ.ভাৰতবৰ্ষৰ পৰিসীমাৰ ভিতৰত থকা ব্ৰহ্মপুত্র অববাহিকাৰ কিমান শতাংশ এলেকা অসমৰ ভিতৰত পৰিছে?
উত্তৰ :- 
ভাৰতবৰ্ষৰ পৰিসীমাৰ ভিতৰত থকা ব্ৰহ্মপুত্র অববাহিকাৰ 33.33% এলেকা অসমৰ ভিতৰত পৰিছে।


চ.অসমৰ মাটি কেইপ্ৰকাৰৰ ?
উত্তৰ :-
 অসমৰ মাটি চাৰি প্ৰকাৰৰ । পলসুৱা, পাহাৰীয়া আৰু লেটেৰাই মাটি ।Read also নীলা খামৰ চিঠি – ৰোমান্টিক লাভ ষ্টৰি


2.

ক) উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ প্রদেশ কেইথন আৰু কি কি?
উত্তৰ :- 
উত্তৰ পূৰ্বাঞ্চলৰ মুঠ প্ৰদেশ আঁঠখন । এইবোৰ হল – ১) অসম 
                      ২) অৰুণাচল প্ৰদেশ
                       ৩)মণিপুৰ
                       ৪) মিজোৰাম
                      ৫) মেঘালয়
                      ৬) নাগালেণ্ড 
                      ৭) ত্ৰিপুৰা
                       ৮) ছিকিম
(খ) উত্তৰ-পূব পৰিষদৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি?
উত্তৰ:- 
উত্তৰ-পূব পৰিষদৰ মূল লক্ষ্য আৰু উদ্দেশ্য হল – সৰ্বাংঙ্গীন উন্নয়ন আৰু অৰ্থনৈতিক উন্নয়ন ।


(গ) ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল।
উত্তৰ:- 
ইয়াণ্ডাবু সন্ধি 1826 চনত ইংৰাজ আৰু ব্ৰহ্মদেশৰ মাজত হৈছল ।

Birthday wishes quotes in assamese
(ঘ) উত্তৰ-পূৰ্বাঞ্চলৰ কোন দুখন ৰাজ্য ১৯৪৯ চনৰ পৰা ১৯৭২ চনলৈকে কেন্দ্রীয় শাসিত অঞ্চল হিচাপে আছিল। 

উত্তৰ :- উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰ আৰু ত্ৰিপুৰা ১৯৪৯ চনৰ পৰা ১৯৭২ চনলৈকে কেন্দ্রীয় শাসিত অঞ্চল হিচাপে আছিল 


(ঙ) উত্তৰ-পূৰ্বাঞ্চালক কোন কেইখন বিদেশী ৰাষ্ট্ৰই আগুৰি আছে?
উত্তৰ :- 
উত্তৰ-পূৰ্বাঞ্চালক নেপাল , ভূটান, চীন, ম্যানমাৰ আৰু বাংলাদেশে আগুৰি আছে।


(চ) ব্ৰহ্মপুত্ৰক পূর্ববর্তী নদী বুলি কিয় কোৱা হয়?
উত্তৰ:- 
ব্ৰহ্মপুত্ৰক পূর্ববর্তী নদী বুলি জনা যায় কাৰণ ব্ৰক্ষ্মপুত্ৰ উৎস অঞ্চলতকৈ ওখ অঞ্চলৰ মাজেৰে প্ৰবাহিত হৈছে । ই পৃথিৱীৰ ষষ্ঠ বৃহৎ নদী

  For long questions  

Download PDF PDF Download কৰিবলৈ ইয়াত ক্লিক কৰা

প্ৰশ্ন উত্তৰ কেইটা বন্ধু বৰ্গ সৈতে share কৰি দিবা 

বাকী কেইটা প্ৰশ্ন যদি লাগে Comment ত মোক জনাই দিবা মই Update কৰি দিম সকলোখিনি পাঠৰ মোৰ Note বনাৱা  আছে  

Leave a Comment