DHS Assam MCQ Mock Test in Assamese

DHS Assam MCQ Mock Test

 1. কোনে পেনিচিলিন আৱিষ্কাৰ কৰিছিল-

(ক) লুইচ পেষ্টিউৰ 

(খ) আলেকজেণ্ডাৰ ফ্লেমিং

(গ) ড্ৰেচাৰ

(ঘ) এডৱাৰ্ড জেনাৰ

উত্তৰ : (খ)আলেকজেণ্ডাৰ ফ্লেমিং

(ads1)

2. ভিটানি D ৰ অভাৱত কি বেমাৰ হয়।

(ক) কুকুৰী কণা 

(খ) ৰিকেচ 

(গ) এনিমিয়া 

(ঘ) পেলাগ্রা

উত্তৰ : (খ)ৰিকেচ 

3. ‘তেজ গোট নমৰা’ সমস্যাৰ প্ৰধান কাৰক

(ক) ভিটামিন-D

(খ) ভিটামিন-K

(গ) ভিটামিন-A

(ঘ) ভিটামিন-C

উত্তৰ : (খ)

4. প্রাপ্তবয়স্ক মানুহৰ দেহত থকা হাড়ৰ সংখ্যা হ’ল

(ক) 206 

(খ) 208

(গ) 210

(ঘ) 200 

উত্তৰ : (ক)

5. প্রাপ্ত বয়স্ক মানুহৰ দেহৰ কিমান শতাংশ পানী

(ক) 79 

(খ) 80 

(গ) 57 

(ঘ) 90 

উত্তৰ : (গ) 

6. সাধাৰণতে মানুহৰ তেজৰ PH মাত্ৰা কিমান 

(ক) 4.0- 4.5

(খ) 6.45-6.55 

(গ) 7.35-7.45

(ঘ) 8.25-4.35

উত্তৰ : (গ)

7.কোনটো বেমাৰ ‘ভাইৰাছৰ’ বাবে নহয়

(ক) কলেৰা

(খ) বসন্ত

(গ) হেপাটাইটিছ

(ঘ) টাইফয়ড

উত্তৰ : (ঘ)

8. গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰক

(ক) ভেঁকুৰ

(খ) বেক্টেৰিয়া

(গ) ভাইৰাছ

(ঘ) এটাও নহয়

উত্তৰ : (খ)

9. সূৰ্য্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে

(ক) ভিটামিন-A

(খ) ভিটামিন B

(গ) ভিটামিন C 

(ঘ) ভিটামিন-D

উত্তৰ : (ঘ)

10. তলত উল্লেখ কৰা কোনটো চালৰ বেমাৰ

(ক) এনিমিয়া

(খ) পেলাগ্রা

(গ) ৰিকেটচ

(ঘ) টাইফয়ড

উত্তৰ : (খ)

11. গছৰ পাত সেউজীয়া হোৱাৰ কাৰক

(ক) ক্লৰ’ফিল

(খ) ক্ল’ৰফৰ্ম

(গ) ইউজেন

(ঘ) খনিজ পদার্থ

উত্তৰ : (ক)

12. দেহৰ ‘কোষ’ৰ বিষয়ে অধ্যয়ন কৰা বিভাগটোক কি কোৱা হয়।

(ক) পেথোলোজী 

(খ) জিওলোজী 

(গ) হিষ্টোলোজী 

(ঘ) ফিজিওলোজী 

উত্তৰ : (গ)

13. ‘এইড্‌চ’ ৰোগৰ কাৰক—

(ক) বেক্টেৰিয়া

(খ) প্ৰট’জৱা

(গ) ভাইৰাচ

(ঘ) ভেঁকুৰ

উত্তৰ : (গ)

14. গ্লুক’জ দেহত কি হিচাপে সঞ্চিত হৈ থাকে-

(ক) চৰ্বী 

(খ) এমিন’ এচিড

(গ) ইনচুলিন  

(ঘ) গ্লাইক’ জেন

উত্তৰ : (ঘ)

15. মগজুৰ ভিতৰ অংশৰ ৰং হ’ল । 

(ক) ৰঙা 

(খ) বগা 

(গ) মুগা 

(ঘ) মটীয়া

উত্তৰ : (খ)

16. ‘বিশ্ব এইড্‌ছ দিৱস’ কিমান তাৰিখে পালন কৰা হয়?

(ক) 1 মাৰ্চ 

(খ) 1 এপ্রিল 

(গ) 1 জুন 

(ঘ) 1 ডিচেম্বৰ

উত্তৰ : (ঘ)

17. আলোক (Light year) কিহৰ একক? 

(ক) সময় 

(খ) দূৰত্ব 

(গ) পোহৰ 

(ঘ) পোহৰৰ তীব্রতা

উত্তৰ : (খ)

18. সূৰ্য্যৰ পোহৰ পৃথিৱী স্পৰ্শ কৰিবলৈ প্ৰায় কিমান সময় লাগে।

(ক) 2 মিনিট

(খ) 4 মিনিট

(গ) ৪ মিনিট

(ঘ) 16 মিনিট

উত্তৰ : (গ)

19. তলৰ কোনটো স্কেলাৰ ৰাশি।

(ক) বল

(খ) চাপ

(গ) বেগ

(ঘ) ত্বৰন

উত্তৰ : (খ)

20. তলৰ কোনটো মাধ্যমত শব্দই সর্ব্বোচ্চ গতি লাভ কৰিব

(ক) ষ্টিল

(খ) পানী

(গ) বায়ু

(ঘ) শূন্য

উত্তৰ : (গ)

21. কোনটো মাধ্যমত পোহৰে সৰ্ব্বোচ্চ গতিত গতি

(ক) কাঁচ

(খ) পানী

(গ) হাইড্রজেন

(ঘ) শূন্য

উত্তৰ : (ঘ)

22. ভাৰতৰ প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰ হ’ল

(ক) উর্বশী 

(খ) অস্পৰা

(গ) ৰোহিনী 

(ঘ) কামিনী

উত্তৰ : (ঘ) 

23. পদাৰ্থৰ চতুৰ্থ অৱস্থাটো কি? 

(ক) তৰল 

(খ) অতি তৰল

(গ) প্লাজমা 

(ঘ) কঠিন পানী

উত্তৰ : (গ) 

24. ‘চুপাৰৰ্চনিক উৰাজাহাজৰ’ গতি-

(ক) শব্দৰ গতিতকৈ কম 

(খ) শব্দৰ গতিতকৈ বেছি 

(গ) শব্দৰ গতিৰ সমান 

(ঘ) পোহৰৰ গতিৰ সমান

উত্তৰ : (খ)   

25. মানব দেহৰ আটাইতকৈ ডাঙৰ অংগটো হ’ল— 

(ক) কিড্‌নি 

(খ) হাওফাওঁ 

(গ) ছাল 

(ঘ) পাকস্থলী

উত্তৰ : (গ)

26. পৰমাণুৰ নিউক্লিয়াচ গঠিত হয়— 

(ক) ইলেকট্রন আৰু নিউট্রনেৰে 

(খ) ইলেক্‌ট্ৰন আৰু প্ৰটনেৰে 

(গ) প্ৰটন আৰু নিউট্রনেৰে 

(ঘ) ইলেকট্রন, প্ৰটন আৰু নিউট্রনেৰে 

উত্তৰ : (গ)

27. ‘বুলেটপ্রুফ স্ত্ৰীণ’ত কোনবিধ গ্লাচ ব্যৱহাৰ কৰা

(ক) চড়া গ্লাচ  

(খ) পাইবে গ্লাচ্ 

(গ) জেনা গ্লাচ 

(ঘ) ৰেইন ফচৰ্ড গ্লাচ 

উত্তৰ : (গ)

28. কোনবিধ গ্লাচ্ তাপ প্ৰতিৰোধী? 

(ক) হার্ড গ্রাচ 

(খ) ফ্লিন্ট গ্লাচ 

(গ) পাইৰেক্স গ্লাচ 

(ঘ) বটল গ্লাচ 

উত্তৰ : (ঘ)

29. খালী চকুৰে কোনটো গ্ৰহ দেখা পোৱা যায়? 

(ক) শুক্র 

(খ) শনি 

(গ) বুধ 

(ঘ) মংগল 

উত্তৰ : (ক)

30. নেমু টেঙাত কোনবিধ এছিড পোৱা যায়? 

(ক) চাইট্রিক এছিড 

(খ) পিক্‌ৰিক্‌ এছিড

(গ) এছিটিক এছিড 

(ঘ) ছালফিউৰিক এছিড

উত্তৰঃ (ক)

Leave a Comment