Assamese poem lyrics – অসমীয়া কবিতা – assamese romantic poem – Assamese Poem lyrics collection

Assamese poem lyrics – অসমীয়া কবিতা -Assamese romantic poem

 1.এক পক্ষীয় প্ৰেম

তোমাৰ হাঁহি ভৰা মুখ খনে মোৰ মন মোহে  তোমাক চাই মোৰ হিয়া জুৰ পৰে নাজানো এয়া প্ৰেম নে তুমাৰ মোহিনী বাণ ।  ওচৰত গৈ কথা পাতিবলৈ    তুমাৰ হাহিটো ওচৰৰ পৰা   চাবলৈ খুব মন যায়।   হয়তো মই তুমাক ভাল পাই    পেলাইছো অলপ বেছিকৈ    কিন্ত এই হৃদয় বৰ অবুজ   হয়তো ই নাজানে   এক পক্ষীয় ভালপোৱা কেতিয়াও সফল   নহয় কিন্তু বিচাৰিব জানিলেতো   এক পক্ষীয় প্ৰেমতো পোৱা যায়   প্ৰেম প্ৰাপ্তিৰ অন্য এক মাদ্ৰকতা                                         ✍️ৰাজ     

Leave a Comment