Assam Geography MCQ

Assam Geography Quiz

1. অসমৰ মুঠ মাটিকালি কিমান? 

(a) ৭৮.৪৩৮ বর্গ কি. মি. 

(b) ৭৪,৪৩৮ বর্গ কি. মি. 

(c) ৭০,৪৩৮ বর্গ কি. মি. 

(d) ৭৫,৪৩৮ বর্গ কি. মি.

উত্তৰ : (a) 

(ads1)

2. আয়তন হিচাপত অসম ভাৰতৰ কিমান শতাংশ? 

(a) ২.৩৮ শতাংশ 

(b) ২.৩৯ শতাংশ 

(c) ২.৪৮ শতাংশ 

(d) ২.৪৯ শতাংশ 

উত্তৰ : (b)

3. অসমৰ সীমাত লাগি থকা বিদেশ দেশখন হ’ল— 

(a) ভূটান 

(b) বাংলাদেশ 

(c) পকিস্তান 

(d) (a) আৰু (b)

উত্তৰ: (d)

4. অসম সমূদ্রপৃষ্ঠৰ পৰা কিমান মিটাৰ উচ্চতাত অৱস্থিত?

(a) ৭৯.০৫ মিটাৰ

(b) ৭০.০৫ মিটাৰ

(c) ৬৯.০৫ মিটাৰ

(d) ৭৯.০২ মিটাৰ

উত্তৰ: (a)

5.অসমৰ ভূ-ভাগক মুঠ কেইটা ভূ-প্রাকৃতিক বিভাগত ভাগ কৰা হৈছে? 

(a) ৫ টা

(b) ৩ টা

(c) ৪ টা

(d) ৬ টা

উত্তৰ: (c)

6.মাটি-কালি হিচাপত অসমৰ আটাইতকৈ সৰ্ববৃহৎ জিলাখনৰ নাম কি?

(a) নলবাৰী

(b) কার্বিআংলং 

(c) নগাওঁ

(d) যোৰহাট

উত্তৰ: (b)

7. অসমৰ মুঠ জিলাৰ সংখ্যা কিমান? 

(a) ৩৪ খন

(b) ৩২ খন

(c) ৩৫ খন

(d) ৩১ খন

উত্তৰ: (c)

8.ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? 

(a) ৭২৫ কিলোমিটাৰ 

(b) ৭৩৯ কিলোমিটাৰ 

(c) ৭৯০ কিলোমিটাৰ 

(d) ৭৮০ কিলোমিটাৰ 

উত্তৰ: (a)

9. সর্ববৃহৎ নদীদ্বীপ মাজুলিৰ মাটি-কালিৰ পৰিমাণ কিমান?

(a) ৮৯০ বর্গ কি.মি. 

(b) ৮০০ বর্গ কি. মি.

(c) ৮৮০ বর্গ কি.মি. 

(d) ৭৮০ বর্গ কি.মি. 

উত্তৰ: (c)

Assam geography MCQ

10. ক্ষুদ্রতম নদীদ্বীপ উমানন্দৰ মাটি-কালিৰ পৰিমান কিমান?

(a) ১৩ বিঘা ৩ কঠা 

(b) ১৫ বিঘা ৩ কঠা

(c) ১৭ বিঘা ৩ কঠা 

(d) ১১ বিঘা ৩ কঠা 

উত্তৰ: (a)

11. অসমত অৱস্থিত লাইকে শৃংগৰ উচ্চতা কিমান?

(a) ১,৫৫৯ মিটাৰ 

(b) ১,৯৫৯ মিটাৰ 

(c) ১,৮৬৬ মিটাৰ 

(d) ১৭৩৯ মিটাৰ 

উত্তৰ: (b)

12. অসমত অৱস্থিত মহাদেও শৃংগৰ উচ্চতা কিমান? 

(a) ১,৯৫৯ মিটাৰ 

(b) ১,৮৬৬ মিটাৰ 

(c) ১,৭৩৯ মিটাৰ 

(d) ১,৭৩৬ মিটাৰ 

উত্তৰ : (c)

13. অসমৰ আটাইতকৈ ক্ষুদ্রতম জিলা কোনখন? 

(a) নলবাৰী 

(b) হাইলাকান্দি 

(c) যোৰহাট 

(d) শিৱসাগৰ

উত্তৰ: (b)

14. অসমৰ ৰাজধানী কি?

(a) শ্বিলং

(b) তেজপুৰ 

(c)ডিব্ৰুগড়

(d) দিছপুৰ

উত্তৰ: (d)

15. অসমত অৱস্থিত ঠেইপিবাং শৃংগৰ উচ্চতা কিমান? 

(a) ১,৫৫৯ মিটাৰ 

(b) ১,৯৫৯ মিটাৰ 

(c) ১,৮৬৬ মিটাৰ 

(d) ১,৭৩৯ মিটাৰ 

উত্তৰ: (c)

16. দিছপুৰক অসমৰ ৰাজধানীৰ মৰ্যদা কিমান চনত দিয়া হয়?

(a) ১৯৭৩ চনত

(b) ১৯৭৪ চনত

(c) ১৯৭৮ চনত

(d) ১৯৫০ চনত

উত্তৰ : (a)

17. অসমত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? 

(a) ৫ খন 

(b) ৬ খন

(c) ৭ খন

(d) ৮ খন

উত্তৰ : (c) ৭ খন

18. অসমত মুঠ কিমানখন অভয়াৰণ্য আছে?

(a) ১২ খন

(b) ১৮ খন

(c) ২০ খন

(d) ২১ খন

উত্তৰ : (b) ১৮ খন

19. কাজিৰঙা অভয়াৰণ্যক কিমান চনত ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হয়? 

(a) ১ জানুৱাৰী ১৯৭৫ 

(b) ১ জানুৱাৰী ১৯৭৪ 

(c) ১ জানুৱাৰী ১৯৬০ 

(d) ১ জানুৱাৰী ১৯৭৪ 

উত্তৰ : (b) ১ জানুৱাৰী ১৯৭৪

20. অসমত অৱস্থিত কোনখন ৰাষ্ট্ৰীয় উদ্যানক Rhino land নামেৰে জনা যায়?

(a) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

(b) ওৰাং ৰাষ্ট্ৰীয় উদ্যান

(c) মানাহ ৰাষ্ট্ৰীয় উদ্যান

(d) নামেৰী ৰাষ্ট্ৰীয় উদ্যান

উত্তৰ : (a) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Leave a Comment